/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/drain.jpg)
ডিজিটেল ডেস্ক: শুকুৰবাৰে গুজৰাটৰ মেহছানা জিলাৰ ভিচনগৰত চাইকেল চলাই থকা অৱস্থাত নলাত পৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যু হয়। জিয়া নাই নামৰ কিশোৰী গৰাকী স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নলাত পৰি মৃত্যু মুখত পৰে। নলাটো মুকলি আছিল বুলি জানিব পৰা গৈছে।
ভিশনগৰ পৌৰসভাৰ এজন বিষয়াই কয় যে বৰষুণৰ পিছত ৰাস্তাটো পানীৰে ভৰি পৰিছিল যাৰ বাবে তেওঁ নলাটো দেখা নাপালে আৰু ততা পৰি যায়।
ঘটনাৰ কিছু সময় পাছতেই কিশোৰী গৰাকী উদ্ধাৰ কৰি হস্পতাললৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল।
আৰু পঢ়ক: মূল্যবৃদ্ধি অজুহাত, ক'লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us