হাতী মানুহৰ সংঘাতৰ দূৰ কৰিবলৈ বৃক্ষণ ৰোপণ কৰিব মন্ত্ৰী পাটোৱাৰীয়ে...

হাতী মানুহৰ সংঘাতৰ দূৰ কৰিবলৈ বৃক্ষণ ৰোপণ কৰিব মন্ত্ৰী পাটোৱাৰীয়ে...

author-image
Asomiya Pratidin
New Update
১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ…

হাতী মানুহৰ সংঘাতৰ দূৰ কৰিবলৈ বৃক্ষণ ৰোপণ কৰিব মন্ত্ৰী পাটোৱাৰীয়ে...

ডিজিটেল সংবাদ নুমলীগড় : নুমলীগড়ত উপস্থিত হয় আজি অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। "মোৰ বুথ সকলোতকৈ মজবুত" শ্ল'গানেৰে আৰম্ভ কৰা ভাৰতীয় জনতা পাৰ্টীৰ চলা বুথ সশক্তিকৰণ অনুষ্ঠানৰ মৰঙী মণ্ডলৰ সভাত উপস্থিত থাকে মন্ত্ৰীগৰাকী।

Advertisment

মৰঙী মণ্ডলৰ মুঠ ৯৬ খন বুথ সমিতিৰ সভাপতি সম্পাদকসকলৰ লগতে সদস্যসকলৰ সৈতে দলীয় আলোচনা কৰে। তেওঁ নামবৰ বনাঞ্চলৰ গছ বন ধ্বংস হোৱাৰ কথা কয়।

আগন্তক দিনত নামবৰ বনাঞ্চলৰ লগতে সৰুপথাৰ সমষ্টিৰ মৰঙি মৌজাৰ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বৃক্ষ ৰোপণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়োৰপৰি সৰুপথাৰ সমষ্টিত শাচি আৰু বগা চন্দনৰ নাৰ্চাৰী স্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

ক্লিক কৰি পঢ়কঃ কোকৰাঝাৰৰ সাহিত্য উৎসৱৰ দ্বিতীয় দিনা উচৱমুখৰ পৰিবেশ...

চন্দ্ৰমোহন পাটোৱাৰী