/asomiyapratidin/media/media_files/2025/12/16/whatsapp-image-2025-12-16-10-07-36.jpeg)
ডিজিটেল ডেস্কঃ মেক্সিকোত ভয়ংকৰ বিমান দুর্ঘটনা। মেক্সিকোত এখন জেট বিমানে খুন্দিয়ালে এটা গুদামঘৰত। দুর্ঘটনাত ১০ জনকৈ লোক নিহত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/e433a774-e284-4980-87f5-87f0650d6795-2025-12-16-10-05-04.jpg)
উল্লেখ্য যে,জেটখনত ১০গৰাকী যাত্রী আছিল। লগতে বিমানখনৰ আটাইকেইগৰাকী ক্রূ মেম্বাৰৰো মৃত্যু হয় ঘটনাত। দুর্ঘটনাগ্রস্ত বিমানখন এখন ফুটবল খেলপথাৰত অৱতৰণৰ চেষ্টা চলাইছিল বুলিও জানিব পৰা গৈছে। ইপিনে আকাপুলকোৰ পৰা টলুকা বিমান বন্দৰলৈ ৰাওনা হৈছিল জেট বিমানখন। সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/image-20-2025-12-16-10-06-04.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us