Advertisment

মেৰাপানীত নিচাযুক্ত সামগ্ৰী সহ আটক এজন

আৰক্ষীয়ে মেৰাপানী চহৰৰ মাজমজিয়াত অভিযান চলাই জুনেইদ আখটাৰ নামৰ এজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন জুনেইদৰ পৰা আৰক্ষীয়ে ২ গ্ৰাম ড্ৰাগছ আৰু নগদ ১৩ হাজাৰ টকা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
ds

ডিজিটেল সংবাদ,মেৰাপানীঃ  মেৰাপানীত নিচাযুক্ত সামগ্ৰী সহ আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে মেৰাপানী চহৰৰ মাজমজিয়াত অভিযান চলাই জুনেইদ আখটাৰ নামৰ এজন সৰবৰাহকাৰীক আটক কৰে।

Advertisment

আটকাধীন জুনেইদৰ পৰা আৰক্ষীয়ে ২ গ্ৰাম ড্ৰাগছ আৰু নগদ ১৩ হাজাৰ টকা জব্দ কৰে। আটকাধীন জুনেইদ নিচাসক্ত লগতে বহু দিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল। মেৰাপানী আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক নিজৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

মেৰাপানী