New Update
/asomiyapratidin/media/media_files/2025/06/09/Wpm85EZpAXgT3UW9ZUMQ.jpg)
জব্দ নম্রতা বৰাৰ ম’বাইল ফোন
- মহানগৰীৰ ৰুক্মিণীগাঁৱৰ নেহা এপাৰ্টমেণ্টত মেঘালয় আৰক্ষীৰ অভিযান
- এপাৰ্টমেণ্টত থকা নম্রতা বৰাৰ কোঠাত চলাইছিল অভিযান
- অভিযানত জব্দ নম্রতা বৰাৰ এটা ম’বাইল ফোন
- কোঠাটোৰ চাবি অভিযুক্তই জমা দিছিল আৰক্ষীক
- তদন্তৰ বাবে ম’বাইল ফোনটো জব্দ কৰে নংপো আৰক্ষীয়ে
- প্রায় ৪০ মিনিটৰ অভিযান সামৰি ৰাওনা মেঘালয় আৰক্ষী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us