Advertisment

ডিব্ৰুগড়ৰ জকাইত `মে-ডাম-মে-ফি’ উদযাপন...

আজি টাই আহোম সকলৰ পৰম্পৰাগত উৎসৱ ‘মে-ডাম-মে-ফি’।সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ জকাইটো টাই আহোম জনগোষ্ঠীয় ৮ খন গাঁও একত্ৰিত হৈ পালন কৰিছে ‘মে-ডাম-মে-ফি’।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বৰবৰুৱাঃ  আজি টাই আহোম সকলৰ পৰম্পৰাগত উৎসৱ ‘মে-ডাম-মে-ফি’। ৰাজ্যৰ বিভিন্ন প্ৰান্তত  টাই আহোম জনগোষ্ঠীয় লোকসকলে পালন কৰিছে পৱিত্ৰ ‘মে-ডাম-মে-ফি’। 

Advertisment

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ জকাইটো টাই আহোম জনগোষ্ঠীয় ৮ খন গাঁও একত্ৰিত হৈ পালন কৰিছে ‘মে-ডাম-মে-ফি’। শুকুৰবাৰে পুৱাই ডিব্ৰুগড় লেকাই ঠাকুৰ থানস্থিত লেকাই চেতিয়া মৈদামত মৈদাম তৰ্পণ, জকাই কোঁৱৰ গাঁওস্থিত চাও চেং ৰে'নত পূজা পাৰ্বন কৰি জকাই পানীতোলা খেলপথাৰৰ প্ৰাংগনত ৮ খন গাঁৱৰ ৰাইজ একত্ৰিত হয়। অঞ্চলটোৰ ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে স্মৰণ কৰিছে উপৰিপুৰুষক ।

মে-ডাম-মে-ফী