New Update
/asomiyapratidin/media/media_files/2026/01/31/36-2026-01-31-22-43-44.jpg)
ডিজিটেল সংবাদ, মায়ং : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ চন্দ্ৰপুৰ কেমিকেল খেলপথাৰত বৃহত্তৰ চন্দ্ৰপুৰ টাই আহোম সমাজৰ উদ্যোগত মে ডা ম, মে ফি উদযাপন কৰা হয়।
অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সুখ, শান্তি আৰু মংগল কামনা কৰি এভাগ পূজাৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us