New Update
/asomiyapratidin/media/media_files/2025/10/10/fewrew-2025-10-10-08-30-42.jpg)
- মায়ঙৰ ঝাৰগাঁও বজাৰত ভয়ানক অগ্নিকাণ্ড
- জুইত জাহ গ'ল বিশ খনতকৈও অধিক দোকান
- পুৱা ৫ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড
- চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ
- ঘটনাস্থলীত উপস্থিত জাগীৰোড থানাৰ আৰক্ষী
- অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিৰ্বাপন কৰে জুই
- ঝাৰগাঁও বজাৰত উপস্থিত সহস্ৰাধিক লোক
- ব্যৱসায়ী সন্থাৰ নিজা জুই নুমোৱা মেচিন বিকল হৈ থকাৰ অভিযোগ
- ব্যৱসায়ী সকলৰ মাজত দেখা গৈছে ক্ষোভ