New Update
- মহানগৰীত দিন দুপৰতে যুৱতীক চুৰিকাঘাত।
- দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত এই আক্ৰমণ।
- ভাড়াঘৰৰ পৰা ওলাই ৰেপিডলৈ ৰৈ থকা সময়ত বৃহস্পতিবাৰে পুৱা দুৰ্বৃত্তই চলাইছিল আক্ৰমণ।
- গাড়ীত অহা দুবৃৰ্ত্তই চলাইছিল আক্ৰমণ
- জি এম চি এইচলৈ লৈ যোৱা হৈছিল যুৱতীগৰাকীক
- চিকিতসকে ঘোষণা কৰে মৃত্যু হোৱা বুলি
- যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ।
- মৌচুমীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণত।
- আক্ৰমণৰ কাৰন এতিয়াও জানিব পৰা হোৱা নাই।
- যুৱতীগৰাকীয়ে কিছুদিনৰ পূৰ্বে আৰক্ষীক দিছিল এক গোচৰ।
- প্ৰেমজনিত কাৰণত ৰুজু কৰা হৈছিল সেই গোচৰ।
- এই আক্ৰমণৰ সৈতে সেই ঘটনাৰ সম্পৰ্ক থকাৰ সন্দেহ আৰক্ষীৰ।
- ঘটনাস্থলীৰ চি চি টিভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে।
- মৌচুমীৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ ।