মুখ্য-পৃষ্ঠা অসম মথুৰাপুৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন যুৱক শনিবাৰে নিশা মথুৰাপুৰত ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। নিহিত যুৱক জনৰ নাম অনুৰাগ চেতিয়া( ২০)। মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । Asomiya Pratidin 06 Jul 2025 10:50 IST Follow UsNew Updateশনিবাৰে নিশা মথুৰাপুৰত ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱকনিহিত যুৱক জনৰ নাম অনুৰাগ চেতিয়া( ২০)মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো দুৰ্ঘটনা বাইক দুৰ্ঘটনাআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক