মথুৰাপুৰত সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

অনুষ্ঠান স্থানীয় লোকে অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত সুধাকণ্ঠৰ  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

মথুৰাপুৰত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি ৫ নৱেম্বৰ সুধাকণ্ঠৰ মৃত্যু তিথি। ৰাজ্যজুৰি বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰতো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

Advertisment

শিল্পীগৰাকীৰ মৃত্যু তিথি উপলক্ষত আজি সন্ধিয়া মথুৰাপুৰ সদৰ তিনিআলিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় লোকে অংশগ্ৰহণ কৰে ৷

assam ajycp mathurapur BHPEN HAZARIKA