/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-11-18-10-19-47.jpeg)
ডিডিটেল সংবাদ,চৰাইদেউঃ বিগত ৩৩টা বছৰ চিঞৰি চিঞৰি জাতিটোক জগাই যোৱা মানুহজন আজি নিশব্দ। জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন ।
উল্লেখ্য যে চৰাইদেউৰ মথুৰাপুৰত হিয়াৰ আমঠু গৰাকীৰ ওপজা দিন উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিটো প্ৰান্তত পালন কৰিছে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। প্ৰতিজন অমুৰাগীয়ে সোণাপুৰত গৈ কেক কাটিছে।
তাৰোপৰি,কাহিলীপাৰাৰ পৰা সোণাপুৰলৈ, শদিয়াৰ পৰা ধুবুৰী যুগদ্ৰষ্টা জুবিনৰ জয়গান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us