Advertisment

চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ...

বছৰৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে চৰকাৰে। ৭শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্ত ল'লে পশ্চিম বংগ চৰকাৰে। জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জী চৰকাৰে।

author-image
Asomiya Pratidin
New Update
চৰকাৰী

চৰকাৰী Photograph: (চৰকাৰী)

ডিজিটেল ডেস্কঃ বছৰৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে চৰকাৰে। ৭শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্ত ল'লে পশ্চিম বংগ চৰকাৰে। জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জী চৰকাৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ দুৰ্গা পূজাৰ সময়তো ৩শতাংশ ডি এ বৃদ্ধি কৰিছিল বংগ চৰকাৰে।  শেহতীয়াকৈ ৭শতাংশ ডি এ বৃদ্ধিৰ লগে লগে বংগ চৰকাৰৰ কৰ্মচাৰী সকলৰ ডি এ ৩৯শতাংশলৈ বৃদ্ধি পালে। চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ৰাজ্যখনৰ ১লাখৰো অধিক কৰ্মচাৰী উপকৃত হ'ব। 

পশ্চিম বংগ