New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- নিশা দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
- সোণাপুৰ নামঘৰৰ মূল তোৰণৰ সন্মুখত এই অগ্নিকাণ্ড।
- অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপলাইনত অগ্নিকাণ্ডৰ সূত্রপাত।
- অগ্নিনিৰ্বাপণ বাহিনীৰ সহায়ত জুই নিৰ্বাপণ।
- ঘটনাৰ পিছতে অহৰহ গতিত নিৰ্গমণ হৈ আছে প্রাকৃতিক গেছ।
- ঘটনাস্থলীত আৰক্ষী আৰু অইল নিৰাপত্তা বিভাগক মোতায়ন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us