New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- যোৰহাটত ৰখাই থোৱা ট্রাকত ভয়ংকৰ অগ্নিকাণ্ড।
- ৰে’ল ষ্টেচনৰ সমীপত ৰখাই থোৱা অৱস্থাত জ্বলি উঠে ট্রাকখন।
- কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ।
- অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ।