New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড।
- শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ।
- অগ্নিদগ্ধ হৈ মৃত্যু বিকাশ শৰ্মা নামৰ লোকজনৰ।
- তেজপুৰৰ বাৰহলীয়াত সংঘটিত হয় এই শোকাৱহ ঘটনা।
- কোনোমতে প্ৰাণৰক্ষা পৰে বিকাশ শৰ্মাৰ ভগ্নীৰ।
- অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us