যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড...

যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড। পুৰণা বালিবাটৰ এল জি শ্ব’ৰুমত সংঘটিত হৈছে এই ঘটনা

author-image
Asomiya Pratidin
New Update
যোৰহাটত অগ্নিকাণ্ড
  • যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড।
  • পুৰণা বালিবাটৰ এল জি শ্ব’ৰুমত সংঘটিত হৈছে এই ঘটনা।
  • বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • মূলতঃ ফ্ৰিজ আৰু টি ভিৰ বিক্ৰী কেন্দ্ৰ আছিল প্ৰতিষ্ঠানখন।
  • প্ৰায় ৬০ লাখ টকাৰ ইলেকট্রনিক সামগ্রী ভস্মীভূত।
  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ।
jorhat