Advertisment

বৰহোলাৰ শিলডুবিস্থিত ONGCৰ GGSত ভয়ংকৰ অগ্নিকাণ্ড...

বৰহোলাৰ শিলডুবিস্থিত ONGCৰ GGSত ভয়ংকৰ অগ্নিকাণ্ড। GGSৰ ভিতৰত থকা বাৰ্ড হিটাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডটোত নিহত ৰাহুল দত্ত নামৰ এজন লোক ।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...
  • বৰহোলাৰ শিলডুবিস্থিত ONGCৰ GGSত ভয়ংকৰ অগ্নিকাণ্ড
  • GGSৰ ভিতৰত থকা বাৰ্ড হিটাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড
  • অগ্নিকাণ্ডটোত নিহত ৰাহুল দত্ত নামৰ এজন লোক
  • অগ্নিকাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি
  • ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক
  • আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎ‍সালয়ত 
বৰহোলা