/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-2.jpg)
lahorighat
এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল লাহৰীঘাটৰ।
লাহৰীঘাটৰ গেৰুৱা জামাদাৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত এজন লোকৰ বাসগৃহ।
ভস্মীভূত হোৱা ঘৰৰ গৰাকীৰ নাম মাধৱ বৰদলৈ।
অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কাষতে থকা এটা গুদাম ঘৰ।
এই পৰ্যন্ত অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।