জোনাই চিমেন চাপৰিৰ বালিগাঁৱত বিদ্যালয় ভস্মিভূতঃ ২ ঘণ্টা পলমকৈ উপস্থিত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লোক...

সম্পূৰ্ণ বিদ্যালয় ভস্মিভূত...

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

dangor khabar

  • জোনাই চিমেন চাপৰিৰ বালিগাঁৱত বিদ্যালয়ত অগ্নিকাণ্ড।

  • পশ্চিম চিমেন চাপৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় অগ্নিকাণ্ডত ভস্মীভূত।

  • আজি সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ সকলো যাবতীয় বয়ৱস্তু ভস্মীভূত।

  • শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।

  • ইফালে বহু পলমকৈ অগ্নি নিৰ্বাপকৰ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ।

  • প্রায় ২ ঘণ্টা পিছত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক।

  • ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

dhemaji jonai