Advertisment

অসম আৰক্ষীত ব্যাপক সাল-সলনি

সীমান্ত শাখাৰ আৰক্ষী পৰিদৰ্শক ভাস্কৰজ্যোতি দাসক শদিয়া লৈ বদলি। পৰিদৰ্শক মনোজ বৰুৱাক গুৱাহাটীৰ পুলিচ কমিচনাৰ লৈ বদলি। মহানগৰীৰ আৰক্ষী পৰিদৰ্শক দেবেন্দ্ৰ দাসক সীমান্ত শাখা লৈ বদলি...

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত ব্যাপক সাল-সলনি

অসম আৰক্ষীত ব্যাপক সাল-সলনি

  • অসম আৰক্ষীত ব্যাপক সাল-সলনি।  
  • ২৮ জন আৰক্ষী পৰিদৰ্শকক বদলি।
  • সীমান্ত শাখাৰ আৰক্ষী পৰিদৰ্শক ভাস্কৰজ্যোতি দাসক শদিয়া লৈ বদলি।
  • পৰিদৰ্শক মনোজ বৰুৱাক গুৱাহাটীৰ পুলিচ কমিচনাৰ লৈ বদলি।
  • মহানগৰীৰ আৰক্ষী পৰিদৰ্শক দেবেন্দ্ৰ দাসক সীমান্ত শাখা লৈ বদলি।
  • পৰিদৰ্শক মনজিত গগৈক বি আই ইউ লৈ বদলি।
  • পৰিদৰ্শক হিৰকজ্যোতি শইকীয়াক চি আই ডি শাখা লৈ বদলি।
  • পৰিদৰ্শক প্ৰাঞ্জল চেতিয়াক চি আই ডি শাখা লৈ বদলি।
  • পৰিদৰ্শক জ্যোতিৰ্ময় দত্তক চেকেণ্ড কমাণ্ডো বেটেলিয়ন লৈ বদলি।
  • পৰিদৰ্শক উৎপল চাংমাইক ২৪ এ পি বি এন চৰাইমাৰী লৈ বদলি।
  • পৰিদৰ্শক আমিনুল ইছলামক সীমান্ত শাখা লৈ বদলি।
  • পৰিদৰ্শক ৰূপম হাজৰিকাক কামৰূপ লৈ বদলি।
  • পৰিদৰ্শক ডিম্পল গয়াৰীক কামৰূপ ডি ই এফ লৈ বদলি।
  • পৰিদৰ্শক মনজিৎ টেৰাংক ২৬ এ পি বি এন মানকাচৰ লৈ বদলি। 
  • পৰিদৰ্শক হৃষিকেষ হাজৰিকাক বি আই ইউ লৈ বদলি।
  • পৰিদৰ্শক ৰূপজ্যোতি নাথক চি আই ডি লৈ বদলি।
  • পৰিদৰ্শক নয়নজ্যোতি দাসক এছ টি এফ লৈ বদলি।
  • পৰিদৰ্শক কমলেশ সিঙক এছ টি এফ লৈ বদলি।
  • পৰিদৰ্শক কপিল পাঠকক পুলিচ কমিছনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক শংকৰজ্যোতি নাথক পুলিছ কমিছনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক মুকুট বৈশ্যক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক কৈলাশ ভূঞাক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক ভাস্কৰ মল্ল পাটোৱাৰীক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক ফণীধৰ চন্দ্ৰ নাথক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক জোনামণি কলিতাক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক মৃদুল হাজৰিকাক শিৱসাগৰ ডি এফ লৈ বদলি।
  • পৰিদৰ্শক নিভা কেওটক এছ টি এফ লৈ বদলি।
  • পৰিদৰ্শক আৰবিল হোজাইক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক আৰিফুল হকক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
  • পৰিদৰ্শক বিক্ৰম বসুমতাৰীক পুলিচ কমিচনাৰ গুৱাহাটী লৈ বদলি।
Assam police