/asomiyapratidin/media/media_files/2024/12/29/U9O833YEGFbvcSbgLPw7.jpg)
ডিজিটেল ডেস্কঃ সদৌ অসম এথলেটিকছ প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মানকাচৰৰ মাৰুফা বেগমে । মাৰুফা বেগমৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে । 
উল্লেখযোগ্য যে মৰিগাঁৱত অনুষ্ঠিত হৈছিল উক্ত এথলেটিকছ প্ৰতিযোগিতাখন । প্ৰতিযোগিতাখনত মাৰুফা বেগমে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
মানকাচৰৰ হাজিৰহাট গাঁৱৰ মোফাচ্ছেল হকৰ কন্যা মাৰুফা বেগমে খেল মহাৰণৰ সময়তো জিলা পৰ্যায়ত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us