চৰাইদেউ সোণাৰিত আছু’ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

author-image
Asomiya Pratidin
New Update
চৰাইদেউ সোণাৰিত আছু’ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

ডিজিটেল সংবাদ, সোণাৰি : আজি শ্বহীদ দিৱস ৷ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত ৮৫৫ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰৰ দৰে এইবছৰো ছাত্ৰ সন্থাই ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব।

Advertisment

সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঐতিহ্যমণ্ডিত সোনাৰি চহৰৰ মাজমজিয়াত কেন্দ্ৰীয় শ্বহীদ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ আয়োজন কৰিছে।

আৰু পঢ়ক : টিহুত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জয়ন্তী পালন

assam assam movement aasu martyr's day