মৰিগাঁৱত আৰক্ষীৰ স্মৃতি দিৱস উদযাপন...

সমূহ কাৰ্যসূচীত সহযোগিতা কামনা কৰিছে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে
আৰক্ষীৰ বেণ্ড প্ৰদৰ্শন
আৰক্ষীৰ বেণ্ড প্ৰদৰ্শন

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁওত আৰক্ষীৰ স্মৃতি দিৱস উদযাপন। আৰক্ষীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা আৰক্ষী আৰু নৱম অসম আৰক্ষী বাহিনীৰ জোৱানে মৰিগাঁও চহৰত বেণ্ড প্ৰদৰ্শন কৰি আৰক্ষী ছহীদ সকলক সোঁৱৰণ কৰে ৷

মৰিগাঁও আৰক্ষী অধীক্ষক
মৰিগাঁও আৰক্ষী অধীক্ষক

তাৰ সমান্তৰালভাৱে ৩০ অক্টোবৰ তৰিখে পুৱা ভকতগাঁৱৰ পৰা আৰম্ভ হ'ব হাফ মাৰাথন ৷ লগতে ৰাষ্ট্ৰীয় সংহতি দিৱসত মৰিগাঁও চহৰৰ ৰাজপথত মাৰ্চপাৰ্চ কাৰ্যসূচী ৰূপায়ণ কৰিব মৰিগাঁও আৰক্ষীয়ে ৷ সমূহ কাৰ্যসূচীত সহযোগিতা কামনা কৰিছে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in