Advertisment

৯২ বছৰ বয়সত ইহলীলা সম্বৰণ মনমোহন সিঙৰ

বৃহস্পতিবাৰে সন্ধিয়া হঠাতে অসুস্থ হৈ পৰা মনমোহন সিঙক ততাতৈয়াকৈ নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল । এইমছলৈ ৰাওনা হৈছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছলমান খুৰছিদকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৷

author-image
Asomiya Pratidin
New Update
df
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান
  • দিল্লীৰ এইমছত মৃত্যু প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ
  • ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ মনমোহন সিঙৰ
  • ৰবাৰ্ট বাদ্ৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰে এই তথ্য
  • সন্ধিয়া সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সিঙক
মনমোহন সিং