মনজিৎ মহন্তৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ...

মনজিৎ মহন্তৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ...
মনজিৎ মহন্তৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ...

ডিজিটেল সংবাদ চৰাইদেউঃ বিশিষ্ট সাংবাদিক তথা ৰাজনীতিবিদ মনজিৎ মহন্তৰ বিয়োগত চৰাইদেউ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে।অসমৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা মনজিৎ মহন্তৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে।

চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে ধ্ৰৱজ্যোতি বৰুৱা,প্ৰণৱ বৰগোহাঁইয়ে এক শোকবাৰ্তা কয়, জাতীয়তাবাদী মনৰ ব্যক্তি মনজিৎ মহন্তৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷ তেখেতৰ বিয়োগত চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।

মনজিৎ মহন্তৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ...
চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in