/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত আৰক্ষীৰ সাফল্য। ৰাজ্যখনৰ পূব ইম্ফল জিলাত নিষিদ্ধ সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এটা আৰক্ষীৰ দলে। গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুজন যুমনাম আবুং সিং ওৰফে চিংগাকপা (৩৯) আৰু থাংজাম জয়কুমাৰ সিং (৫২) বুলি চিনাক্ত কৰে আৰক্ষীয়ে। দেওবাৰে আন্দ্ৰো অঞ্চলৰ কৰ্ফূৰ ছুংফামৰ সমীপৰ নগৰিয়ান পাহাৰৰ এটা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় উগ্ৰপন্থী দুজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us