চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। থৌবাল‌ জিলাৰ মায়াই কেইথেল আৰু আইৰং গাৱত অভিযান চলাই বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ‌ কৰে নিৰাপত্তা বাহিনীয়ে।‌

অভিযান কালত ৩টা মেগজিন সহ এটা INSAS LMG, দুটা মেগজিন সহ এটা INSAS Rifle , মেগজিন সহ এটা AK-56 Rifle, এটা 9 mm Pistol, এটা পইন্ট থ্ৰি টু Pistol ১১৩ জাই সতেজ‌ গুলি সহ বহুতো আপত্তি জনক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

মণিপুৰ