/asomiyapratidin/media/media_files/2025/02/09/4D53wwcK0mQUT6Bod6na.jpg)
ডিজিটেল ডেস্কঃ হঠাতে পট পৰিৱৰ্তন ঘটিল মণিপুৰৰ ৰাজনীতিৰ । পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ।
আজি ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ৰাজভৱনত সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সময়ত তেওঁক সাংসদ সম্বিত পাত্ৰৰ লগতে সংগ দিয়ে বহু কেইজন মন্ত্ৰী-বিধায়কে ।
/asomiyapratidin/media/post_attachments/ddf8fcbe-031.jpg)
উল্লেখযোগ্য যে পদত্যাগ কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us