New Update
/asomiyapratidin/media/media_files/2025/03/03/qCa38CdaNiV4I0Hk9R9h.jpg)
মৰিগাঁৱত মণিকূট চোৰক আটক
- মৰিগাঁৱত সন্ত্ৰাস সৃষ্টি কৰি থকা মণিকূট চোৰক কৰায়ত্ত।
- মৰিগাঁও সদৰ আৰক্ষীয়ে সোমবাৰে কৰায়ত্ব কৰে ধৃত চোৰক।
- চোৰটোৰ নাম হৈছে গোহাঁই গাঁৱৰ প্ৰদীপ দাস।
- প্ৰদীপ দাসে দেম্পত কাঁহ- পিতলৰ সামগ্ৰী বিক্ৰী কৰিব যাওঁতে কৰায়ত্ত কৰে আৰক্ষীয়ে।
- চোৰটোৰ পৰা জব্দ কৰিছে মণিকূটৰ পৰা চুৰি কৰা কাঁহ -পিতলৰ সামগ্ৰী।
- বৰ্তমান মৰিগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
- উল্লেখযোগ্য যে মণিকূট চোৰ প্ৰদীপৰ সৈতে অন্য কেইবাটাও চোৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us