প্ৰিয় শিল্পীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই পথত গীত গাই, আঁঠু লৈ উচুপি উঠিল অনুৰাগী

মঙলদৈৰ ৰাজপথলৈ ওলাই আহিল জুবিন অনুৰাগী। বাইক ৰেলীৰে শেষ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গক। ছিপাঝাৰৰ হেদায়েটপুৰৰ পৰা শ শ অনুৰাগীয়ে বাইকেৰে মঙলদৈলৈ আহে।

author-image
Asomiya Pratidin
New Update
mangaldoi 20
  • মঙলদৈৰ ৰাজপথলৈ ওলাই আহিল জুবিন অনুৰাগী।
  • বাইক ৰেলীৰে শেষ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গক।
  • ছিপাঝাৰৰ হেদায়েটপুৰৰ পৰা শ শ অনুৰাগীয়ে বাইকেৰে মঙলদৈলৈ আহে।
  • জয় জুবিন দা ধ্বনিৰে উত্তাল মঙলদৈৰ আকাশ বতাহ।
  • স্বতঃস্ফূত ভাবে ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী।
  • মঙলদৈৰ ৰাজপথত গীত গাই গাই শেষ বিদায় জনালে অনুৰাগীয়ে।
  • পথত গীত গাই, আঁঠু লৈ উচুপি উঠিল অনুৰাগী।
জুবিন গাৰ্গ