/asomiyapratidin/media/media_files/2024/12/27/wivbQecH9YNvnKD3CBFv.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ দেশৰ যশস্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী ড. মনমোহন সিঙে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সমগ্ৰ দেশবাসীয়ে শোক প্ৰকাশ কৰে ।
সমান্তৰালভাৱে নগাঁও জিলাৰ কঠীয়াতলীতো প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ড. মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । কঠীয়াতলীৰ নামবৰ মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us