New Update
/asomiyapratidin/media/media_files/2025/03/21/gP4D1IUhDinUDcJejvb6.jpg)
- মানকাচৰৰ দিয়াৰাত দিন-দুপৰতে ব্যৱসায়ীৰ ঘৰত চুৰিকাণ্ড
- ঘৰত কোনো নথকাৰ সুযোগত গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ চোৰৰ
- চোৰে লুটিলে নগদ ৫০ হেজাৰ টকা সহ কেবা লক্ষাধিক টকাৰ অলংকাৰ
- ছাফিউল ইছলাম মণ্ডলৰ ঘৰত সংঘটিত হৈছে এই ঘটনা
- এজনক আটক মানকাচৰ আৰক্ষীৰ
- আৰক্ষীৰ তদন্ত অব্যাহত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us