মানহানিৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ

বিজেপিৰ চাৰিগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল মানস ৰবীনৰ। মানহানিৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ শিল্পীগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
AP WEB manash
  • বিজেপিৰ চাৰিগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল মানস ৰবীনৰ
  • মানহানিৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ শিল্পীগৰাকীৰ
  • ৰিদীপ কুমাৰ ডেকা, গ্যেলাৰী শৰ্মাৰ বিৰুদ্ধে গোচৰ
  • হেমন্ত সুত বৰুৱা আৰু এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

WhatsApp Image 2025-10-30 at 7.43.14 PM

  • পত্নী, দুই সন্তানৰ সৈতে শিল্পীগৰাকীৰ ফটো ভাইৰেল কৰিছিল অভিযুক্তই
  • ৰাজনৈতিক নেতাৰ সৈতে দুপৰীয়াৰ আহাৰ গ্রহণৰ ফটো কৰিছিল প্রচাৰ

WhatsApp Image 2025-10-30 at 7.21.54 PM

  • শিল্পী গৰাকীৰ লগতে পৰিয়ালক অনাহক বিৰ্তকলৈ টানি আনি অপ্ৰচাৰৰ অভিযোগ 
মানস ৰবীন