New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- চামগুৰিত হাতী মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ
- চামগুৰিৰ উদমাৰিত হাতীৰ গছকত গুৰুতৰভাৱে আহত দুজন
- আহত দুজন ক্ৰমে ৰামেশ্বৰ মীদ্ধা আৰু ৰামু কৰ্মকাৰ
- আহত দুয়োকে নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ
- আহত ব্যক্তি দুজন কাম কৰি ঘৰলৈ উভতি অহাৰ পথতে আক্ৰমণ কৰে এটা বনৰীয়া হাতীৰ জাকে
- চামগুৰিত বিগত বহু দিন ধৰি চলি আহিছে হাতী মানুহৰ সংঘাত
- বনবিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us