New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-3.jpg)
- পুনৰ শৰাইঘাটৰ দলঙত অঘটন।
- দলঙৰ মাজ দিশৰ পৰাই জঁপিয়ালে এজন লোক ।
- বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
- বৰ্তমান লোক জনৰ পৰিচয় লাভ কৰিব সক্ষম হ'ব পৰা নাই।
- AS01EW 6046 স্কুটি লৈ আহিছিল লোক জন।
- বাহন ৰখাই জাঁপ দিলে লোক জনে।