কামাখ্যা মন্দিৰৰ সমীপত ভয়ংকৰ মাৰপিটৰ ঘটনা

দেওবাৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ সমীপত সংঘটিত হয় এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা, স্থানীয় বাসিন্দা এজনক অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

কামাখ্যা মন্দিৰৰ সমীপত ভয়ংকৰ মাৰপিটৰ ঘটনা

  • কামাখ্যা মন্দিৰত ভয়ংকৰ মাৰপিটৰ ঘটনা
  • কামাখ্যা মন্দিৰৰ পৰা বগলা মন্দিৰলৈ যোৱা পথত এই ঘটনা
  • গুৱাহাটীৰ সুবোধ কুমা সিং নামৰ লোকজনক প্রহাৰ দুৰ্বৃত্তৰ
  • কামাখ্যা মন্দিৰলৈ যোৱাৰ পথত ১৫জনীয়া দুৰ্বৃত্তই পিছ লৈছিল সিঙক
  • দুৰ্বৃত্তৰ প্রহাৰত কিছু পৰিমাণ আঘাতপ্রাপ্ত সুবোধ কুমাৰ সিং
  • ঘটনা সন্দৰ্ভত কামাখ্যা আৰক্ষী চকীত গোচৰ ৰুজু সিঙৰ
  • কামাখ্যা আৰক্ষীয়ে ৬জন লোকক আটক কৰি আৰম্ভ কৰিছে তদন্ত
কামাখ্যা মন্দিৰ কামাখ্যা দেৱালয় কামাখ্যা