/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
DANGOR KHABAR
মালিগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
বোৱাৰী গৰাকীৰ নাম অঞ্জলি দাস।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ।
মৃতদেহত আঘাতৰ চিন স্পষ্ট।
স্বামী ৰতন দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মহিলা গৰাকীৰ পৰিয়ালৰ।
পাণ্ডু বিসৰ্জন ঘাটতো মহিলা গৰাকীক প্রহাৰ কৰিছিল ৰতন দাসে।
হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা।
জালুকবাৰী থানাত মহিলা গৰাকীৰ পৰিয়ালৰ গোচৰ ৰুজু।