বোৱাৰী নিৰ্যাতন! ডিঙি চেপি হত্যা, পাছত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা...

মালিগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
DANGOR KHABAR
DANGOR KHABAR
  • মালিগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু।

  • বোৱাৰী গৰাকীৰ নাম অঞ্জলি দাস।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ।

  • মৃতদেহত আঘাতৰ চিন স্পষ্ট।

  • স্বামী ৰতন দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মহিলা গৰাকীৰ পৰিয়ালৰ।

  • পাণ্ডু বিসৰ্জন ঘাটতো মহিলা গৰাকীক প্রহাৰ কৰিছিল ৰতন দাসে।

  • হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা।

  • জালুকবাৰী থানাত মহিলা গৰাকীৰ পৰিয়ালৰ গোচৰ ৰুজু।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in