বদৰপুৰ ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতা

গোপন সূত্ৰ অনুসৰি 15610 নম্বৰৰ সাৰংগ-গুৱাহাটী এক্সপ্ৰেছৰ ডবাৰ পৰা ১০ খনকৈ সোণৰ বিস্কুটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এই সোণখিনি আইজলৰ পৰা গুৱাহাটী চহৰলৈ লৈ সৰবৰাহ কৰা হৈছিল।  

author-image
Asomiya Pratidin
New Update
17
  • পাহাৰীয়া জিলা বদৰপুৰ ৰেলৱে আৰক্ষীৰ বৃহৎ সফলতা। 
  • বদৰপুৰ ৰে'লৱে আৰক্ষীৰ জালত সোণৰ বিস্কুটসহ সৰবৰাহকাৰী। 
  • গোপন সূত্ৰ অনুসৰি 15610 নম্বৰৰ সাৰংগ-গুৱাহাটী এক্সপ্ৰেছৰ ডবাৰ পৰা ১০ খনকৈ সোণৰ বিস্কুটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। 
  • এই সোণখিনি আইজলৰ পৰা গুৱাহাটী চহৰলৈ লৈ সৰবৰাহ কৰা হৈছিল।  
  • আটক কৰা ব্যক্তি গৰাকীৰ নাম লালৰিংগসংগা ফনাই। 
  • সোণৰ বিস্কুটখিনিৰ বজাৰৰ মূল্য ২.৫ কোটি টকা বুলি জানিব দিয়ে আৰক্ষীয়ে।
  • বৰ্তমান সোণৰ বিস্কুটখিনি কাষ্টম বিভাগক জমা দিয়ে।

WhatsApp Image 2026-01-29 at 9.43.01 AM

আৰক্ষী