উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন যাত্রীবাহী বাছ । জানিব পৰা মতে, বাছখনত প্ৰায় ৩০ গৰাকীতকৈও অধিক যাত্ৰী আছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 9.49.29 PM
  • উত্তৰাখণ্ডৰ ডেৰাডুনৰ কলছি অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল যাত্রীবাহী বাছ
  • বাছখনত আছিল প্ৰায় ৩০ গৰাকীতকৈ অধিক যাত্ৰী 
  • স্থানীয় জিলা প্ৰশাসন আৰু SDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত কৰিছে
  • এই দুৰ্ঘটনাত ৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৭ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়
  • আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে 
  • এই ঘটনাত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোক প্ৰকাশ কৰিছে 

WhatsApp Image 2026-02-03 at 9.43.55 PM

উত্তৰাখণ্ড