/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-10-45-39.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ প্ৰাংগণত অহা ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছে। এইক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ লগতে সকলোৰে সহায় সহযোগীতা কামনা কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-10-46-02.jpeg)
মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সভানেত্ৰী অঞ্জলী কলিতা আৰু সম্পাদকদ্বয় বিপুল বৰঠাকুৰ,পৰশ ভূঞাই এই বিষয়ে জানিবলৈ দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-10-46-17.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us