New Update
/asomiyapratidin/media/media_files/2026/01/28/ghhhdd-2026-01-28-09-39-18.jpg)
- মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনা।
- অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় এখন ব্যক্তিগত বিমান।
- বিমানখনত আছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ।
- অজিত পাৱাৰৰ সৈতে বিমানখনত আছিল ৪গৰাকী যাত্ৰী।
- আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত প্ৰেৰণ হস্পাতাললৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us