/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/89d7678b-49d2-4e93-9e85-3c8b45d9eef0/mp_accident.jpg)
mp accident
ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ ৰেৱাৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষত ১৪ জন লোক থিতাতে নিহত হৈছে।
আনহাতে দুৰ্ঘটনাত ৪৫ জন লোক গুৰুতৰভাৱে আহত হৈছে। তাৰে ২০ জন লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰয়াগৰাজ হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে যাত্ৰীবাহী বাছখন হায়দৰাবদৰ পৰা গৌৰাখপুৰ অভিমুখে ৰাওনা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us