নুনমাটিত এদিনীয়া কাৰ্যসূচীৰে মা মনসা পূজা...

নুনমাটিত এদিনীয়া কাৰ্যসূচীৰে মা মনসা পূজা...

author-image
Asomiya Pratidin
New Update
নুনমাটিত এদিনীয়া কাৰ্যসূচীৰে মা মনসা পূজা...

ডিজিটেল সংবাদ,গুৱাহাটীঃ বিগত বছৰৰ দৰে এইবেলিও মহানগৰীৰ নুনমাটিৰ অন্তৰ্গত ৰামনগৰত অনুষ্ঠিত কৰা হৈছে শ্ৰীশ্ৰী মা মানসা দেৱীৰ পূজা। ১৭ আগষ্ট শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে পূজা ভাগ কৰাৰ মনস্থ কৰিছে পূজা সমিতিয়ে। সেই উপলক্ষে পূজাৰ সকলো কাৰ্যসূচীতে সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনাইছে।

Advertisment

উল্লেখ্য যে, ১৭ আগষ্টৰ পুৱা ৭ বজাত জলাৰোহন আৰু ৮.৩০ বজাত দেৱী প্ৰতিমা স্থাপন কৰা পাছত পূজাভাগৰ কাম পৰ্যায়ক্ৰমে চলি যাব বুলি জনাই মনসা পূজা সমিতিয়ে। দুপৰীয়া প্ৰায় ২ বজাত সকলোকে পূজাৰ প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পূজা সমিতিয়ে।

Also Read: দিন বেয়া চলিছে যদি মঙলবাৰে কৰক এইকেইটা কাম...

manasha puja noonmati