/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/42bd1f1c-fb6f-4e97-a819-87e9c3ce4cdb/nlfb_5.jpg)
-
এম বাথাক পুনৰ হাজিৰ কৰোৱা হ’ল NIAৰ আদালতত।
-
২০১৪ৰ কেইবাটাও গোচৰত অভিযুক্ত এম বাথা।
-
৬ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ এম বাথাক।
-
BLAৰ প্রৰোচনাত প্রমোদ বড়ো, ই এম বি আৰ ফেৰেঙা, বি বকোৱে ষড়যন্ত্র কৰাৰ অভিযোগ।
-
মুখ্যমন্ত্রীলৈ NLFBৰ আহ্বান ৰেহাই দিব লাগে এম বাথাক।
-
NDFBৰ ডেপুটি চীফ থকাৰ সময়ৰ গোচৰত NIAৰ জিম্মালৈ প্রেৰণ কৰা হৈছে এম বাথাক।
Also Read: স্কুললৈ বুলি ওলাই যোৱা ভাতৃ-ভগ্নী নিৰুদ্দেশ, চিন্তিত পিতৃ-মাতৃ, অপহৰণৰ সন্দেহ