ফিৰোজপুৰ আগৰতলা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অগ্নিকাণ্ডঃ কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

ফিৰোজপুৰ আগৰতলা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অগ্নিকাণ্ডঃ কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

author-image
Asomiya Pratidin
New Update
ফিৰোজপুৰ আগৰতলা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অগ্নিকাণ্ডঃ কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

ডিজিটেল সংবাদ,লামডিংঃ পুনৰ ভাৰতীয় ৰেলত অঘটন। ফিৰোজপুৰৰ পৰা আগৰতলা অভিমুখী ৰে'লত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে লামডিং জংচনত প্ৰৱেশ কৰি থকাৰ সময়তে ইয়াডৰ সম্মুখত 189/7 নং ডবাত জুই পৰিলক্ষিত হয়।

Advertisment

ঘটনাৰ খবৰ পাই উক্ত স্থানত উপস্থিত হয় ৰে'লৱে কৰ্তৃপক্ষ। ইফালে ঘটনাক লৈ যাত্ৰী সকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ৰে'লখন মেৰামতিৰ উদ্দেশ্যে লামডিং ষ্টেচনলৈ অনা হৈছে।

Also Read: লংকাত চুৰিকাণ্ড: লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী

Lumding train accident