লংকাত চুৰিকাণ্ড: লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী

লংকাত চুৰিকাণ্ড: লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী

author-image
Asomiya Pratidin
New Update
চানমাৰিত অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল ছাত্ৰীঃ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি...

ei muhurtar khabar

  • লংকাৰ ৫ নং ৱাৰ্ড ফৰেষ্ট গেটত মঙলবাৰে নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়।

  • ভূপেন বৰা নামৰ এজন গ্ৰীলৰ ব্যৱসায়ীৰ দোকানত চুৰে লুটপাত চলাই ওৱেল্ডিং মেচিনসহ লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰি লৈ যায়।

  • চোৰে কেচ বক্সত থকা নগদ ১৫ হাজাৰ টকাও লুটি নিয়ে।

  • বুধবাৰে পুৱা ১১:৩০ মান বজাত ব্যৱসায়ীজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে চুৰিকাণ্ডৰ ঘটনা।

  • বৰ্তমান ব্যৱসায়ীজনে চুৰিকাণ্ডৰ সন্দৰ্ভত লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

lanka