টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...

টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident

ডিজিটেল ডেস্কঃ লংকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত দুজন লোক অতি গুৰুত্বপূৰ্ণ ভাৱে আহত হৈছে।

আহত লোক দুজন বিৰাট জিদোং আৰু অজয় দাস। দুয়োকে আহত অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে এখন মালবাহী টাটা মেজিক আৰ বাইকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। লংকাৰ ২নং চামবৰীয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ক্লিক কৰি পঢ়কঃনলবাৰীত 'শৰতৰ এসন্ধ্যা' শীৰ্ষক কাৰ্যসূচী

লংকা পথ দুৰ্ঘটনা লামডিং