লামডিং আৰক্ষীৰ সফলতা, বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ৬০ বেগ গাঞ্জা জব্দ...

লামডিং আৰক্ষীৰ সফলতা, বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ৬০ বেগ গাঞ্জা জব্দ...
লামডিং আৰক্ষীৰ সফলতা, বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ৬০ বেগ গাঞ্জা জব্দ...
  • লামডিং আৰক্ষীৰ বৃহৎ সফলতা।

  • লামডিং ২৭নং ৰাষ্ট্ৰীয় ঘাই পথত হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰুকায়স্থৰ নেতৃত্বত লামডিং আৰক্ষীৰ অভিযান।

  • আভিযানত জব্দ কৰে প্ৰায় ১২ কুইণ্টেল নিষিদ্ধ গাঞ্জা।

  • HR38A25 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি।

  • গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য ৮৫ লাখ টকাৰো অধিক।

  • ৬০ টা বেগত অনা হৈছিল গাঞ্জাখিনি।

  • মনিপুৰৰ পৰা বহি:ৰাজ্য লৈ সৰবৰাহ কৰি লৈ গৈ থকাৰ অৱস্থাতে লামডিঙত জব্দ কৰা হয় ট্ৰাকসহ গাঞ্জাখিনি।

  • গাঞ্জা সৰবৰাহ কৰি অনা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে লামডিং আৰক্ষীয়ে।

  • আটক কৰা চালক জন ডিমাপুৰৰ ইবমমায় আৰু হেণ্ডিমেন আৰ অশোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in