New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e650154a-7bd8-4d7c-8fbf-b060a0613d35/pic_eimuhurtor_khobor_copy.jpg)
-
লামডিঙত পুৱা নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ ৷
-
নিজ বাসগৃহৰ পকী কুঁৱাৰ পৰা উদ্ধাৰ মৃতদেহ ৷
-
লামডিং আৰক্ষীৰ তদন্তৰ পিছতে উদ্ধাৰ মৃতদেহ ৷
-
কোনো লোকে ১৩ মহীয়া শিশুটিক কুঁৱাত পেলাই হত্যা কৰাৰ সন্দেহ ৷